Posted inমুখ্যপৃষ্ঠা

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সেনাৰ তিনিটাকৈ শিবিৰত আলফা-এনএছচিএনৰ আক্ৰমণ

গুৱাহাটীঃ স্বাধীনতা দিৱসলৈ কেইটামান দিন বাকী। মঙলবাৰে পুৱতি নিশা পৃথকে পৃথকে সেনাৰ তিনিটাকৈ শিবিৰত আলফা-এনএছচিএনে মৰ্টাৰেৰে চলালে আক্ৰমণ। ভাৰত-ম্যানমাৰ সীমান্তৰ লগতে অৰুণাচলৰ নকনৌ, পাংচুপাছৰ সেনাৰ শিবিৰৰ লগতে নাগালেণ্ডৰ চেৰামতাত আক্ৰমণ চলালে সংগঠন দুটাই। দুয়ো পক্ষৰ গুলীয়াগুলীত এজন সেনা নিহত হোৱাৰ খবৰ পোৱা গৈছে। আনহাতে আহত হৈছে বহুকেইজন। প্ৰায় দুঘন্টা ধৰি চলিছিল প্ৰচণ্ড গুলীয়াগুলী। চাংলাং আৰক্ষীৰ […]