Posted inঅসম

হত্যাকাণ্ড নে দুৰ্ঘটনা: NSCN ( I M )ৰ কেডাৰ ৰামপুং হাখুনৰ মৃতদেহ উদ্ধাৰ

শিৱসাগৰঃ NSCN ( I M )ৰ স্বয়ম্ভূ কৰ্ণেল ৰামপুং হাখুন ওৰফে জ’নিৰ মৃতদেহ শিৱসাগৰৰ লাকুৱা ৰেল ষ্টেচনৰ সমীপত উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে । মাৰ্ঘেৰিটাৰ লিডুৰ মালো গাৱঁৰ নিবাসী এই দুধৰ্ষ বিদ্ৰোহী নেতাজন উজনি অসমৰ সাংগঠনিকৰ দায়িত্বত আছিল। বহু কুটাঘাটমূলক কাৰ্যৰ লগতে ধন দাবী আৰু ধন সংগ্ৰহৰ লগত জড়িত আছিল নেতাজন । টিকক কলিয়ৰীৰ […]