Posted inদেশ-বিদেশ

সোণাৰিত মাৰণাস্ত্ৰসহ‌ তিনি NSCN(IM)ৰ উগ্ৰপন্থী সদস্য আটক

চৰাইদেউ জিলা আৰক্ষী আৰু ১২ আছাম ৰাইফলচ (ৰেড শ্বীল্ড ডিভিজন)ৰ যুটীয়া অভিযানত আটক তিনি নগা উগ্ৰপন্থী সদস্য । আটকাধীন নগা উগ্ৰপন্থী সংগঠন কেইজনৰ নাম টিংলু কন্যাক(২৫), নকেয়ং কন্যাক (২৫) আৰু য়ানু কন্যাক (২৪) বুলি জানিব পৰা গৈছে। আটকাধীন এজন এন এছ চি এন ৰ খাপলাংপন্থীৰ সদস্য বুলি আৰক্ষীয়ে দাবী কৰিছে । আটক কৰা নগা যুৱক […]