Posted inদেশ-বিদেশ

প্ৰথমবাৰৰ বাবে উত্তৰ ভাৰতত পাৰমাণৱিক শক্তি প্ৰকল্প স্থাপন

নিউজ ডেস্কঃ উত্তৰ ভাৰতত প্ৰথমবাৰৰ বাবে পাৰমাণৱিক শক্তি প্ৰকল্প কেন্দ্ৰ স্থাপন কৰি থকা হৈছে। হাৰিয়ানাৰ গোৰখপুৰত স্থাপন কৰি থকা হৈছে এই শক্তি প্ৰকল্পটো। শনিবাৰে কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে এই বিষয়ে জানিবলৈ দিয়ে। লগতে তেওঁ কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনকালত দেশৰ অন্যান্য প্ৰান্তত পাৰমাণৱিক শক্তি প্ৰকল্প স্থাপন কৰাটো এক গুৰুত্বপূৰ্ণ সাফল্য বিষয়। হাৰিয়ানাৰ গোৰখপুৰত স্থাপিত […]