Posted inদেশ-বিদেশ

অইল ইন্ডিয়াৰ প্ৰাক্তণ অধ্যক্ষ ৰঞ্জিত কুমাৰ দত্তৰ ক’ভিডত মৃত্যু

উত্তৰ পূৰ্বাঞ্চলৰ তিনিটা তৈল উদ্যোগ প্ৰতিষ্ঠান ইণ্ডিয়ান অইল কৰপৰেশ্যন লিমিটেড, নুমলীগড় ৰিফাইনেৰী লিমিটেড আৰু অইল ইণ্ডিয়া লিমিটেডৰ প্ৰাক্তন মুৰব্বী বিষয়া ৰঞ্জিত কুমাৰ দত্তৰ ( ৭৫) আজি কভিডত আক্ৰান্ত হৈ মৃত্যু হয়। উল্লেখযোগ্য যে ২০০৬ বৰ্ষত অইলৰ অধ্যক্ষ ও পৰিচালন সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰা দত্ত ডিব্ৰুগড় কনভয় ৰোডৰ নিৱাসী যদিও তেওঁ কলিকতাতে নিগাজিকৈ থাকিবলৈ লৈছিল। […]