Posted inNews

নুমলীগড় শোধনাগাৰৰ প্ৰথমটো বৃহৎ আকৃতিৰ কাৰ্গ’ৰ আদৰণি জনায় সৰ্বানন্দ সোণোৱালে

নিউজ ডেস্কঃ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুক্ৰবাৰে ধনশিৰি ঘাটত উপস্থিত হয় আৰু নুমলীগড় শোধনাগাৰৰ বাবে জলপথৰ জৰিয়তে পৰিবহণ কৰা প্ৰথমটো বৃহৎ আকৃতিৰ কাৰ্গ’ অৰ্থাৎ অভাৰ ডাইমেনশ্যনেল কাৰ্গ’ (ওডিচি)ৰ আদৰণি জনায়। চৰকাৰৰ উদ্যোগত নুমলীগড় ৰিফাইনেৰী লিমিটেড (এনআৰএল)ৰ ক্ষমতা ৩ মিলিয়ন মেট্ৰিক টনৰপৰা ৯ মিলিয়ন মেট্ৰিক টনলৈ সম্প্ৰসাৰণৰ বাবে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা […]