Posted inঅসম

নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মহেন শইকীয়ালৈ ‘শিক্ষাশ্রী’ উপাধি

চন্দন বৰা, কমাৰগাঁও: বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতে বিশিষ্ট লেখক-শিক্ষাবিদ তথা নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মহেন শইকীয়াক ‘শিক্ষাশ্রী’ উপাধি প্ৰদান কৰে স্বেচ্ছা সেৱী সংগঠন বোকাখাত গণমঞ্চই। উল্লেখযোগ্য যে এটা ভাল শৈক্ষিক পৰিৱেশৰ লগতে বিভিন্ন প্ৰজাতিৰ গছ, ফল-মূল, শাক পাচলি বাৰী, ভিন্ন ৰঙী ফুলেৰে চৌপাশ সেউজীয়া হৈ থকা নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ে দেশৰ সীমা চেৰাই […]