Posted inNews

ডাম্পিং গ্ৰাউণ্ডত পৰিণত দেওপাহাৰ সংৰক্ষিত বনাঞ্চল

কমাৰগাঁও, চন্দন বৰা: বন্যপ্ৰাণীৰ জীৱন আৰু বনজ সম্পদৰ প্ৰতি প্লাষ্টিকে ভয়াৱহ সংকট কঢ়িয়াই আনিছে, তাৰ নিদৰ্শন দেখা পোৱা গৈছে নুমলীগড়ৰ দেওপাহাৰ সংৰক্ষিত বনাঞ্চলত৷ অঞ্চলটো জৈৱ-বৈচিত্ৰ্যৰ দিশৰ পৰা অতিকে গুৰুত্বপূৰ্ণ যদিও এই বনাঞ্চলক লৈ চূড়ান্ত ভেঙুচালি কৰিছে বন‌ বিভাগৰ এচাম বিষয়া আৰু কৰ্মচাৰীয়ে। এচাম অসাধু লোকে মুক্তভাৱে প্লাষ্টিক আবৰ্জনা পেলাই অহাত দেওপাহাৰৰ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হৈছে। […]