Posted inঅসম

ৰাজ্যজুৰি বন্যপ্ৰাণীৰ উপদ্ৰবত আতংকিত জনতা

ৰাজ্যজুৰি বন্যপ্ৰাণীৰ উপদ্ৰবক লৈ হাৰাশাস্তিৰ সন্মুখীণ হৈছে ৰাইজ। বিভিন্ন অঞ্চলত হাতী, নাহৰফুটুকী, গঁড়ৰ আক্ৰমণ চলিছে । ছিপাঝাৰৰ সলপাম গাঁৱত পুনৰ নাহৰফুটুকীৰ আতংক চলিছে। হাতে হাতে যাঠী-জোং লৈ পহৰা দিছে গাঁওবাসীয়ে। হিলৈ ফুটাই নাহৰফুটুকী খেদাৰ চেষ্টা স্থানীয় ৰাইজে। কিছুদিন পূৰ্বে অঞ্চলটোত মুক্ত বিচৰণ কৰিছিল এটা নাহৰফুটুকীয়ে। ভলীবলৰ নেটেৰে নাহৰফুটুকীটো ধৰাৰ চেষ্টা কৰিছিল ৰাইজে। কিন্তু পলাই সাৰিবলৈ […]