Posted inদেশ-বিদেশ

নূপুৰ শৰ্মাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ মন্তব্যক সমালোচনা কেইবাগৰাকীও প্ৰাক্তন ন্যায়াধীশৰ

নিউজ ডেস্কঃ দেশজুৰি নূপুৰ শৰ্মাক লৈ বিতৰ্ক চলি থকাৰ মাজতে নূপুৰ শৰ্মা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কৰা মন্তব্যক কেইবাজনো প্ৰাক্তন ন্যায়াধীশে সমালোচনা কৰিছে। ভাৰতৰ মুখ্য ন্যায়াধীশলৈ এই বিষয়ে অভিযোগ উত্থাপন কৰি ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে।কেৰালা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ৰবীন্দ্ৰনৰ এই অভিযোগ পত্ৰখনত ১৫ জন অৱসৰপ্ৰাপ্ত ন্যায়াধীশ, ৭৭ জন অৱসৰপ্ৰাপ্ত আমোলা, ২৫ জন অৱসৰপ্ৰাপ্ত সেনা বিষয়াই […]