Posted inঅসম

বিগত দুবছৰ ধৰি দুৰ্গা পূজাৰ মণ্ডপ নিৰ্মাণ কৰা নাই নুৰুদ্দিন আহমেদে

গুৱাহাটী : দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন। দুৰ্গা পূজা উদযাপনৰ বাবে ইতিমধ্যে আৰম্ভ হৈছে প্ৰস্তুতি। মণ্ডপ নিৰ্মাণৰ পৰা আৰম্ভ কৰি প্ৰতিমা নিৰ্মাণৰ কাম সমাপ্তিৰ দিশত। কিন্ত বিগত দুবছৰ ধৰি দুৰ্গা পূজাৰ মণ্ডপ নিৰ্মাণ কৰা নাই অসম বিশিষ্ট ভাস্কৰ্যশিল্পী নুৰুদ্দিন আহমেদে। বিগত দুবছৰ ধৰি ইছলাম ধৰ্মাৱলম্বী বিশিষ্ট ভাস্কৰ্যশিল্পী নুৰুদ্দিন আহমেদৰ হাতৰ পৰশ পোৱা নাই দেৱী […]