অবশেহত মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে জনপ্ৰিয় অভিনেত্ৰী তথা তৃণমূল কংগ্ৰেছৰ সাংসদ নুছৰত জাহানে। বৃহস্পতিবাৰে কলিকতাৰ পাৰ্কষ্ট্ৰিটৰ ব্যক্তিগত খন্ডৰ ভাগীৰথি নিওটিয়া হাস্পতালত । এটি পুত্ৰ সন্তান জন্ম দিয়ে মোহময়ী অভিনেত্ৰীগৰাকীয়ে। বৰ্তমান মাতৃ আৰু সন্তান দুয়ো সুস্থিৰ অৱস্থাত আছে বুলি জানিব পৰা গৈছে। বুধবাৰে নিশাৰ পৰাই নুছৰত কাষত আছিল প্ৰেমিক অভিনেতা য়শ দাসগুপ্তা। নিখিল জৈন নামৰ ব্যবসায়ীৰ […]