Posted inঅসম

সতীৰ্থক বচাবলৈ গৈ মৃ্ত্যুক আঁকোৱালি লোৱা সমুজ্জ্বল কাকতি কোন আছিল?

নিউজ ডেস্কঃ আৰক্ষী এগৰাকী সমাজৰ প্ৰতি দায়বদ্ধশীল। ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত নিজৰ প্ৰাণো বিসৰ্জন দিবলগীয়া হয় আৰক্ষীয়ে। ‘আচামীক ধৰিবলৈ গৈ বানত উটি গ’ল আৰক্ষী’ সংবাদ মাধ্যমত এই বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছতেই হুৱা-দুৱা লাগিছিল সমুজ্জ্বলৰ ঘৰখনত। দেওবাৰৰ নিশাটোৱে যেন কাল নমাই আনিলে সমুজ্জ্বলৰ জীৱনলৈ। নিজৰ কৰ্তব্য পালন কৰিবলৈ গৈ আৰু উভতি নাহিল সমুজ্জ্বল। চাকৰিত যোগদান কৰা মাত্ৰ […]