ওডালগুৰিঃ ৰাজ্যত সক্ৰিয় হৈ পৰিছে ড্ৰাগছৰ বেহা। ওডালগুৰিৰ কলাইগাঁৱত এইবাৰ আৰক্ষীৰ জালত পৰিল কংগ্ৰেছ নেতা। ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ব্লক কংগ্ৰেছৰ সভাপতিক। লগতে পঢ়কঃবহিঃৰাজ্যত অসমৰ যুৱকক হত্যা দৰং জিলাৰ ধূলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ব্লক কংগ্ৰেছৰ সভাপতি ৰহিজুদ্দিন আহমেদক। দীৰ্ঘদিন ধৰি ৰহিজুদ্দিন ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে।
Tag: Odalguri
Posted inঅসম