নিউজ ডেস্কঃ এগৰাকী ১০ বছৰীয়া শিশুয়ে মাতৃক চকলেট খাবলৈ ৫ টকা বিচাৰিছিল । এই অপৰাধতে মাতৃয়ে গৰম লোহাৰে প্ৰহাৰ কৰিলে সন্তানটিক। এই ঘটনা সংঘটিত হৈছে উৰিষ্যাৰ গঞ্জাম জিলাৰ বেৰহামপুৰত। মাতৃৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় শিশুটি। চতুৰ্থ শ্ৰেণীত অধ্যয়ন কৰি থকা শিশুটি টিউচনলৈ যোৱাৰ পথত ওচৰ-চুবুৰীয়াই মুখত, পিঠিত আৰু কান্ধত গুৰুতৰভাৱে আঘাত পোৱাৰ চিন দেখি ঘটনা […]