Posted inচাকৰি

অইল ইণ্ডিয়াত Authorized Medical Attendant –ৰ পদত ওলাইছে চাকৰি

নিউজ ডেস্ক: অইল ইণ্ডিয়াত সৃষ্টি হোৱা Authorised Medical Attendant –ৰ পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। এক বিজ্ঞাপন যোগে অইল ইণ্ডিয়া লিমিটেডে অৰ্হতা সম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰিছে। অৱশ্যে এই পদ সম্পূৰ্ণ ঠিকাভিত্তিক হ’ব আৰু পাৰ্ট টাইম হ’ব বুলি জনোৱা হৈছে। নিযুক্তিৰ পিছত প্ৰাৰ্থী গৰাকীয়ে অইল ইণ্ডিয়াৰ কলিকতাস্থিত কাৰ্যালয়ত […]