Posted inঅসম

বন বিভাগৰ হিচাপত বাঘজান কাণ্ডৰ পৰিৱেশৰ ওপৰত পৰা ক্ষতিৰ পৰিমাণ ২৫,০০০ কোটি টকাতকৈ অধিক

অসম চৰকাৰৰ বন বিভাগে বাঘজান কাণ্ডৰ ফলত পৰিৱেশ আৰু জৈৱ বৈচিত্ৰৰ ওপৰত হোৱা ক্ষয়-ক্ষতিৰ হিচাপ প্ৰকাশ কৰিছে। বন বিভাগৰ মুখ্য ৱাইল্ডলাইফ ৱাৰ্ডেন মে কে যাদৱে যুগুত কৰা উক্ত সমিক্ষাৰ মতে বাঘজানত সংঘটিত বিস্ফোৰণৰ ফলত ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ এই অঞ্চলটোৰ পৰিৱেশৰ ওপৰত হোৱা ক্ষতিৰ পৰিমান ২৫,০০০ কোটিতকৈ অধিক। শনিবাৰে কটন বিশ্ববিদ্যালয়ৰ পাৰিপাৰ্শ্বিক জীৱবিদ্যা (Environmental […]