Posted inঅসম

অ’ল আছাম কেব্ অপাৰেটৰ্ছ ইউনিয়নে ক’লে আমি অ’লা-উবেৰ এৰা নাই

গুৱাহাটী: অ’ল আছাম কেব্ অপাৰেটৰ্ছ ইউনিয়নে এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি কয় যে অহা ১ আগষ্টৰ পৰা একাংশ সংগঠনে অ’লা আৰু উবেৰ বৰ্জন কাৰ্যসূচী ৰূপায়ন কৰিব বুলি সংবাদ মাধ্যমযোগে প্ৰচাৰ হৈ থকা কথাটো সত্য নহয় | অল আছাম কেব্ অপাৰেটৰ্ছ ইউনিয়নে অলা আৰু উবেৰৰ ওপৰত কোনো ধৰণৰ বন্ধ বা বৰ্জন কৰাৰ কথা ঘোষণা এতিয়ালৈকে কৰা […]