নিউজ ডেস্ক- ১৯৮ জন খেলুৱৈকে ধৰি ২৮০ জনীয়া ভাৰতীয় দলটোৱে ১২ জুনত জাৰ্মানীৰ বাৰ্লিনলৈ বিশেষ অলিম্পিক বিশ্ব ক্ৰীড়াত অংশগ্ৰহণ কৰিবলৈ ৰাওনা হৈছিল। ভ্ৰমণৰ পূৰ্বে দলটোৱে ৮ জুনত এক বিদায় অনুষ্ঠানত যুৱ আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰক সাক্ষাৎ কৰাৰ সুযোগ লাভ কৰিছিল। এম.ৱাই.এ.এছ.-এ বিশেষ অলিম্পিকত ভাৰতীয় দলৰ অংশগ্ৰহণৰ বাবে ৭.৭ কোটি টকা লাভ কৰিছে। যিটো […]