Posted inক্ৰীড়া

টকিঅ’ অলিম্পিকত ৰূপ নহয়, সোণৰ পদক মীৰাবাই চানুৰ!

নিউজ ডেস্ক : টকিঅ’ অলিম্পিকৰ পৰা ভাৰতলৈ সোণৰ পদক অহাৰ সম্ভাৱনা। বৰ্তমানলৈকে ভাৰতে অর্জন কৰা একমাত্ৰ ৰূপৰ পদকটো সোণলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা আছে। মণিপুৰৰ ভাৰোত্তোলক মিৰাবাই চানুৱে অর্জন কৰা ৰূপৰ পদক সোণলৈ ৰূপান্তৰিত হ’ব পাৰে। টকিঅ’ অলিম্পিকৰ ৪৯ কিলোগ্ৰাম বৰ্গৰ ভাৰোত্তোলন খেলত সোণৰ পদক লাভ কৰা চীনৰ ঝিহুই হউৰ দপিং টেষ্ট কৰা হ’ব। চীনৰ সোণৰ […]