Posted inNews

উত্তৰ-পূৱৰ প্ৰথমখন অলিম্পিক পাৰ্ক উদ্বোধন কৰিবলৈ মণিপুৰত উপস্থিত অমিত শ্বাহ

নিউজ ডেস্ক: তিনিদিনীয়া ভ্ৰমণ সূচীৰে বৃহস্পতিবাৰে সন্ধিয়া মণিপুৰত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কেন্দ্ৰীয় মন্ত্ৰী গৰাকী মণিপুৰত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ উপৰিও উদ্বোধন কৰিব উত্তৰ পূৱৰ প্ৰথম খন অলিম্পিক পাৰ্ক। মণিপুৰ চৰকাৰৰ দ্বাৰা নিৰ্মিত  উত্তৰ-পূবৰ প্ৰথমখন অলিম্পিক পাৰ্ক নিৰ্মাণ কৰা হৈছে সংগাইথেলত। এই পাৰ্ক খনত ৰাজ্যখনৰ ভৱিষ্যতৰ অলিম্পিয়ান সকলৰ প্ৰতিমূৰ্তিও থাকিব। পৰৱৰ্তী সময়ত […]