নিউজ ডেস্ক : অসমত প্ৰথমটো অ’মিক্ৰণৰ ঘটনা ধৰা পৰিছে। সোণাপুৰৰ ডিগাৰুৰ মৈৰাকুছিৰ এটা ভাৰা ঘৰত থকা মুন্না দাস আৰু পুৰ্ণিমা দাসৰ ১৩ বছৰীয়া পুত্ৰৰ দেহত অ’মিক্ৰণ ভেৰিয়েন্ট ধৰা পৰিছে। প্ৰাপ্ত তথ্য মতে যোৱা ২২ ডিচেম্বৰত মেঘালয়ত ক’ভিডৰ পৰীক্ষা কৰাত কিশোৰজনৰ দেহত অমিক্ৰন সংক্ৰমণ ধৰা পৰে। কৰ্মসুত্ৰে কিশোৰজনৰ পিতৃ মুম্বাইত থাকে বুলি জানিব পৰা গৈছে। কিশোৰজনৰ […]