Posted inঅসম

নাগালেন্ডৰ ধমকিত বন্ধ অসমৰ সীমাত থকা অ’এন জি চিৰ তেলখাদ

অসম চৰকাৰে অসম নাগালেন্ডৰ সীমা সমস্যাক লৈ উচ্চতম ন্যায়ালয়ত বিচৰাধীন হৈ থকাৰ দোহাই দি গুৰুত্ব নিদিয়াৰ ফলতেই আজি ইমান দিনে সীমা সমস্যাই সমাধানৰ মুখ দেখা নাই । ইয়াৰে সুযোগ লৈ নাগালেন্ডে ধনশিৰি মহকুমাৰ এ বি আৰু চি চেক্টৰত মহকুমা স্থাপন কৰাৰ লগতে বহু গাঁও স্থাপন কৰিছে । এইবাৰ অসমৰ সীমাত থকা তেলৰ ভান্ডাৰত চকু নাগালেন্ড […]