তেল আৰু প্ৰাকৃতিক গে’ছ নিগম চমুকৈ অ’ এন জি চিত খালী হোৱা জুনিয়ৰ কন্সাল্টেন্টৰ বিভিন্ন পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। এই পদসমূহ সম্পূৰ্ণ ঠিকাভিত্তিক হ’ব বুলি অ’ এন জি চিয়ে এক বিজ্ঞাপন যোগে সদৰী কৰে। বিজ্ঞাপনটোত উল্লেখ কৰা মতে অ’ এন জি চিৰ শিৱসাগৰ চেন্ট্ৰেল ৱৰ্কশ্বপত নিযুক্তিৰ বাবে অৱসৰপ্ৰাপ্ত প্ৰাৰ্থীৰ […]