নিউজ ডেস্ক- কালি শোণিতপুৰ জিলাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ উচ্ছেদ অভিযানত দায়িত্বত থকা আৰক্ষীৰ প্ৰচণ্ড গৰমৰ ফলত প্ৰেচাৰ ষ্ট্ৰ’কত মৃত্যু হয়। জানিব পৰা মতে, আৰক্ষী বিষয়াগৰাকীয়ে উচ্ছেদ স্থলীত পৰিদৰ্শন কৰি থকাৰ সময়তে প্ৰচণ্ড গৰমৰ বাবে প্ৰেছাৰ ষ্ট্ৰ’কত আক্ৰান্ত হয় আৰু কিছু সময় পাছতে মৃত্যু হয়। কৰ্মস্থলীত মৃত্যুক সাৱটি লোৱা আৰক্ষী উপ পৰিদৰ্শকগৰাকীৰ নাম দ্বীজেন বৰা। আৰক্ষী […]
Tag: Orang National Park
Posted inNews