Posted inNews

বন কৰ্মীৰ গুলীত নিহত এজন চোৰাং চিকাৰী

ওৰাং : ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গুলী চালনাৰ ঘটনা। বন কৰ্মীৰ গুলীত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত নিহত হৈছে এজন চোৰাং চিকাৰী। নিহত চোৰাং চিকাৰীজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। শুকুৰবাৰে নিশাৰ ভাগত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এক গুলী চালনাৰ ঘটনা সংঘটিত হয়। ৰাষ্ট্ৰীয় উদ্যানখনত বন কৰ্মী গুলীত নিহত হয় এজন চোৰাং চিকাৰী। কাছমাৰী আৰু চন্দনপুৰ বন শিবিৰ […]