Posted inঅসম

How to : অৰুণোদয় আঁচনিৰ ধন লাভ কৰিবলৈ কি কৰিব?

নিউজ ডেস্ক: যোৱা অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে তদানীন্তন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে আৰম্ভ কৰা এখন অভিলাষী আঁচনি আছিল অৰুণোদয় আঁচনি। ২০২০ চনৰ ১ ডিচেম্বৰৰ পৰা আৰম্ভ কৰা হৈছিল এই আঁচনি। অৰুণোদয় আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ বেংক একাউণ্টত ৰাজ্য চৰকাৰে প্ৰথম অৱস্থাত প্ৰতি মাহে ৮৩০ টকা জমা কৰিছিল যদিও পিছত ইয়াক ১০০০ টকালৈ বৃদ্ধি […]