নিউজ ডেস্ক: বিশ্বৰ অন্যতম সন্মানীয় আৰু শীৰ্ষ চলচ্চিত্ৰ পুৰস্কাৰ অস্কাৰ বঁটা প্ৰদানৰ অনুষ্ঠানত আজি ঘটা এক অকল্পনীয় ঘটনাই সৰ্বত্ৰে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। অস্কাৰ বঁটা প্ৰদানৰ অনুষ্ঠান চলি থকাৰ মাজতে হলিউডৰ বিখ্যাত অভিনেতা উইল স্মিথে মঞ্চত উঠি গৈ কৌতুক অভিনেতা ক্ৰিছ ৰকৰ গালত শোধাই প্ৰচণ্ড চৰ। অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্যৰ তথ্যচিত্ৰৰ নাম ঘোষণা […]