Posted inঅসম

ডাউন টাউনৰ নিৰ্মীয়মান উৰণীয়া সেঁতুৰ দুয়োপাৰে ৰঙৰ মেলা

গুৱাহাটীঃ গুৱাহাটীৰ ডাউন টাউনত নিৰ্মীয়মান বহু প্ৰত্যাশিত উৰণীয়া সেঁতুৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। উৰণীয়া সেঁতুৰ দেৱালত ৰং তুলিকাৰে পাতিছে এতিয়া ৰঙৰ মেলা। সেঁতুখনৰ সৌন্দৰ্যবৰ্ধনৰ বাবে ব্যস্ত হৈ পৰিছে নিলীম মহন্ত আৰু আন ২০জন লোক ৷ নিলীম মহন্তৰ নেতৃত্বত ২০জনীয়া দলটোৱে নিৰ্মীয়মান উৰণীয়া সেঁতুখনৰ দুই কাষে আঁকিছে ছবি। য’ত অসমৰ প্ৰতিটো জনগোষ্ঠীৰ লগতে দেশৰ […]