Posted inঅসম

ভাৰতত ক’ভিডত আক্ৰান্ত হৈ ১,৯৫২ গৰাকী ৰে’ল কৰ্মচাৰীৰ মৃত্যু; দৈনিক ১,০০০ গৰাকীকৈ আক্ৰান্ত

গুৱাহাটী : ক’ভিডত আক্ৰান্ত হৈ এই পৰ্য্যন্ত ১৯৫২ গৰাকী ভাৰতীয় ৰে’ল বিভাগৰ কৰ্মচাৰীৰ মৃত্যু হোৱাৰ লগতে প্ৰত্যেক দিনাই প্ৰায় ১,০০০ গৰাকীকৈ কৰ্মচাৰী দৈনিক আক্ৰান্ত হৈ আছে। সোমবাৰে ভাৰতীয় ৰে’লৱেৰ এগৰাকী জ্যেষ্ঠ বিষয়াই এই কথা সদৰী কৰে। উল্লেখযোগ্য যে ভাৰতীয় ৰে’লৱেত প্ৰায় ১৩ লাখ কৰ্মচাৰী কৰ্মৰত হৈ আছে। ‘আন ৰাজ্য বা অঞ্চল সমহূৰ তুলনাত ৰে’ল বিভাগ […]