Posted inদেশ-বিদেশ

ঘূৰ্ণীবতাহ টাউতেত গুজৰাটত ৪৫ জনৰ মৃত্যু

ঘূৰ্ণীবতাহ টাউতেৰ ফলত গুজৰাটৰ উপকূলীয় অঞ্চলত বিস্তৰ ক্ষয় ক্ষতি হৈছে । শেহতীয়াকৈ গুজৰাটৰ ১২ খন জিলাত ৪৫ জন লোকৰ মৃত্যু হোৱাৰ খবৰ। প্ৰধানমন্ত্ৰীয়ে আজি বিমানযোগে গুজৰাটৰ পৰিস্থিতিৰ বুজ লয় । ৰাজ্য চৰকাৰৰ সৈতে হোৱা আলোচনাৰ অন্তত ৰাজ্য খনলৈ ১০০০ কোটি টকাৰ সাহাৰ্য্য দিয়াৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰীয়ে ।সোমবাৰে সন্ধিয়া দুৰ্ঘটনাত পতিত হৈ আৰৱ সাগৰত ডুব […]