Posted inঅসম

পবিত্ৰ মাৰ্ঘেৰিটাই ছাত্ৰ আৰু যুৱ কল্যাণৰ উপদেষ্টা সমিতিৰ সচিবৰ দায়িত্ব গ্ৰহণ কৰিলে

গুৱাহাটী : ছাত্ৰ আৰু যুৱ কল্যাণৰ উপদেষ্টা সমিতিৰ সদস্য সচিবৰ দায়িত্ব গ্ৰহণ কৰিলে পবিত্ৰ মাৰ্ঘেৰিটাই। পূবৰৰ সচিব লক্ষ্য কোঁৱৰে দায়িত্বভাৰ অৰ্পণ কৰিলে পবিত্ৰ মাৰ্ঘেৰিটাৰ হাতত। সোমবাৰে ৰুদ্ৰ সিংহ ক্ৰীড়া প্ৰকল্পত থকা ক্ৰীড়া প্ৰাধিকৰণ অসমৰ কাৰ্যালয়ত ছাত্ৰ আৰু যুৱ কল্যাণৰ উপদেষ্টা সমিতিৰ সদস্য সচিবৰ দদায়িত্ব গ্ৰহণ কৰে পবিত্ৰ মাৰ্ঘেৰিটাই। পূবৰৰ সচিব লক্ষ্য কোঁৱৰৰ হাতৰ পৰা দায়িত্বভাৰ […]