নিউজ ডেস্ক- কলকাতাৰ প্ৰবাসী অসমীয়াৰ অগ্ৰণী সামাজিক তথা সাংস্কৃতিক অনুষ্ঠান ‘কলকাতা অসমীয়া সাংস্কৃতিক সংস্থা’ৰ উদ্যোগত যোৱা ইংৰাজী ৭ মে’ তাৰিখে কলকাতাৰ মধুসূদন মঞ্চত ‘কলকাতা ৰঙালী বিহু ২০২৩’ অনুষ্ঠিত হয়। বিগত বৰ্ষৰ দৰে এইবাৰো কলকাতাবাসী প্ৰবাসী অসমীয়াসকলে বংগভূমিত বসন্তক আদৰণি জনাই এক বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে উদযাপন কৰে ‘কলকাতা ৰঙালী বিহু’। অনুষ্ঠানৰ আৰম্ভণিতে মধুসূদন মঞ্চৰ বাকৰিত অনুষ্ঠিত […]