Posted inঅসম

নীতি বৰ্হিভূত ভাবে হোজাইত গঢ় লৈ উঠিছে একাংশ অবৈধ পানী পেকেজিং কৰা কোম্পানী

হোজাইঃ হোজাইত কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে একাংশ অবৈধ পানী পেকেজিং কৰা কোম্পানী। নীতি বৰ্হিভূত ভাবে বৈধ নথি পত্ৰ নোহোৱাকৈ একাংশ বিষয়াৰ সৈতে মিতিৰালি পাতি চলাই আছে এই অবৈধ ৰমৰমীয়া বেহা। অবৈধ ব্যৱসায়ী সকলৰ বিৰুদ্ধে বিভিন্ন সময়ত সৰৱ হোৱা দেখা যায় একাংশ লোকক। নিজৰ ব্যৱসায়িক স্বাৰ্থৰ বাবে একাংশ অবৈধ ব্যৱসায়ীয়ে ওপৰ মহলৰ লগত গোপন মিতিৰালি […]