Posted inমুখ্যপৃষ্ঠা

Googleৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিছাইলৈ আগবঢ়োৱা হৈছে পদ্ম ভূষণ সন্মান

নিউজ ডেস্কঃ গুগ’লৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিছাইলৈ দেশৰ তৃতীয়টো সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ সন্মান আগবঢ়োৱা হৈছে। পিছাইক এই সন্মান প্ৰদান কৰে আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত ভাৰতৰ ৰাষ্ট্ৰদূত তৰণজিত সিং সান্ধুৱে। উল্লেখযোগ্য যে, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ভাৰতৰ ৭৩তম গণ ৰাজ্য দিৱসত সুন্দৰ পিছাইলৈ এই সন্মান আগবঢ়োৱা কথা ঘোষণা কৰিছিল। তাৰপাছত ২ ডিচেম্বৰত গুগ’লৰ মুখ্য কাৰ্যবাহী […]