Posted inঅসম

“মেৰা নয়া বচপন”! গুণোৎসৱত অংশ লৈ বিধায়ক পদ্ম হাজৰিকাই আওৰালে কবিতা

জামুগুৰিহাটঃ তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ দিনটোত জামুগুৰিহাটৰ নদুৱাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত উত্তৰাঞ্চলৰ অতি ভিতৰুৱা অঞ্চলৰ ১নং বৰদিকৰাই প্ৰাথমিক বিদ্যালয়ৰ লগতে ৰঙাচকুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ কণ-কণ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে একাত্ম হৈ পৰিল চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা৷ বিদ্যালয় দুখনৰ কণ-কণ ছাত্ৰ-ছাত্ৰীসকলৰ নিয়মানুৱৰ্তিতা, শৃংখলাবদ্ধতা আৰু মেধাসম্পন্ন শক্তি প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰিল বিধায়কগৰাকী৷ লগতে পঢ়কঃহাজাৰ বাধাকো নেওচি মুকালমুৱাৰ কালাৰদিয়াত এজাক […]