Posted inঅসম

জামুগুৰিহাটৰ চৰ-চাপৰিৰ সংখ্যালঘু বসতি এলেকাত আদৰ্শ গাওঁ স্থাপন

জামুগুৰিহাটঃ চতিয়া সমষ্টিৰ চৰ-চাপৰি সংখ্যালঘু বসতি প্ৰধান এলেকাত ৰাজ্যৰ ভিতৰতে প্ৰথমখন আদৰ্শ গাওঁ স্থাপনৰ প্ৰস্তুতি লৈছে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ৷ সমষ্টিটোৰ জামুগুৰিহাটৰ অন্যতম সংখ্যালঘু বসতি প্ৰধান অঞ্চল গটাইমাৰীক আদৰ্শ গাওঁ হিচাপে গঢ়ি তুলিছে বিধায়ক গৰাকীয়ে ৷ এইখন গাঁৱকে ২ ছেপ্তেম্বৰত অসমৰ মুখ্যমন্ত্ৰীয়ে শুভ উদ্ধোধন কৰিব ৷ ইতিমধ্যে চৰ-চাপৰিৰ ৬৮ টা সংখ্যালঘু পৰিয়ালক দুবিঘাকৈ চৰকাৰী […]