Posted inঅসম

এখন অনন্য ফটো : শুদা ভৰিৰে পদ্মশ্ৰী বঁটা গ্ৰহণ কৰা তুলসী গৌড়াৰ পৰিচয়

নিউজ ডেস্ক : সোমবাৰে ২০২০ বৰ্ষৰ পদ্ম বঁটা বিজয়ী ১১৯ গৰাকী ব্যক্তিৰ ভিতৰত এখন বিশেষ ছবিয়ে এতিয়া হাজাৰজনৰ দৃষ্টি আকৰ্ষণ কৰিছে। ছবিখন হৈছে এগৰাকী ৭০ বছৰ ঊৰ্ধ্বৰ জনজাতীয় মহিলাৰ যি শুদা ভৰিৰে ৰাষ্ট্ৰপতিৰ পৰা গ্ৰহণ কৰে পদ্মশ্ৰী বঁটা। পদ্মশ্ৰী বঁটাৰে সন্মানিত এই মহিলাগৰাকী হৈছে তুলসী গৌড়া (Tulsi Gowda)। কৰ্ণাটকৰ এগৰাকী পৰিৱেশ কৰ্মী গৌড়াই পদ্মশ্ৰী সন্মান […]