গুৱাহাটীঃ কেন্দ্ৰীয় চৰকাৰে মঙ্গলবাৰে পদ্ম বঁটা ঘোষণা কৰাৰ পিছতে পদ্ম সন্মানকলৈ সৃষ্টি হৈছে বিতৰ্ক। বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যই পদ্ম সন্মান গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ পিছতে বংগৰ আন এগৰাকী বিখ্যাত সংগীত শিল্পী সন্ধ্যা মুখাৰ্জীয়েও এই পদ্ম সন্মান গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যই পদ্ম সন্মান অস্বীকাৰ কৰি টুইট কৰাৰ পিছতে কংগ্ৰেছ নেতা […]