Posted inদেশ-বিদেশ

পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰীৰ বাবে দুজন প্ৰাৰ্থীৰ মনোনয়ন দাখিল

পাকিস্তানৰ প্ৰধানমন্ত্ৰী পদৰ বাবে বিৰোধী দলৰ হৈ শ্বাসবাজ ছৰীফ আৰু ইমৰান খানৰ দল পিটিআই হৈ মহমুদ কুৰেছিয়ে আজি বিয়লি ৪ বজাত মনোনয়ন দাখিল কৰে । শ্বেহৱাজ শ্বৰীফ পিএমএলএন দলৰ নেতা । ছৰীফক পিএমএলএনে বিৰোধী উমৈহতীয়া প্ৰাৰ্থী বুলি ঘোষণা কৰিছে । ইফালে মহমুদ কুৰেছি পিটিআই দলৰ জ্যেষ্ঠ নেতাৰ লগতে ইমৰান খান চৰকাৰৰ বিদেশ মন্ত্ৰী আছিল । […]