নিউজ ডেস্ক: পাকিস্তানৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ইমৰান খানক লক্ষ্য কৰি গুলীচালনা। কথমপি প্ৰাণ ৰক্ষা পৰা খানৰ ভৰিত গুলী লাগিছে। জানিব পৰা মতে, আজি দেশখনৰ পঞ্জাব প্ৰদেশৰ ৱাজিৰাবাদত এক ৰেলীৰ সময়ত সংঘটিত হয় এই ঘটনা। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে ইমৰান খানে ৱাজিৰাবাদ জিলাৰ গুৰজানৱালাত শ্বেহবাজ শ্বৰীফ চৰকাৰৰ বিৰুদ্ধে লাহোৰৰ পৰা ইছলামাবাদলৈ চলি থকা ‘লং […]