পলাশবাৰী : কামৰূপ জিলাৰ পলাশবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পিতৃৰ হাতত প্ৰাণ হেৰুৱাব লগা হৈছে এজন যুৱকে। মন্দিৰৰ ত্ৰিশূলেৰে একমাত্ৰ পুত্ৰজনক হত্যা কৰে পিতৃয়ে। পলাশবাৰীত সংঘটিত হৈছে এক লোহমৰ্ষক হত্যাকাণ্ড। পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ। পলাশবাৰীৰ বিজয়নগৰ আৰক্ষী চকৰীৰ অন্তৰ্গত দখলা উপাৰপাৰত দেওবাৰে নিশাৰ ভাগত সংঘটিত হয় এই চাঞ্চল্যকৰ হত্যাকাণ্ড। লগতে পঢ়ক : তেজপুৰৰ পাঁচ […]