Posted inঅসম

চিকিৎসালয়, শ্বপিংমলৰ স্বত্বাধিকাৰীলৈ জনসাধাৰণৰ সুৰক্ষাৰ বাবে নিৰ্দেশনা

গুৱাহাটীঃ জনসাধাৰণৰ সুৰক্ষাৰ বাবে চিকিৎসালয়, শ্বপিংমলৰ স্বত্বাধিকাৰীলৈ কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ নিৰ্দেশনা। প্ৰতিষ্ঠানসমূহত সক্ৰিয় ইনবিল্ট ফায়াৰ ইনষ্টলেশ্বন, অগ্নি নিৰ্বাপন ব্যৱস্থা, জুই লাগিলে প্ৰস্থান কৰাৰ পথ চিহ্নিত থকাৰ ব্যৱস্থা থাকিব লাগিব আৰু এই ক্ষেত্ৰত অগ্নি আৰু জৰুলীকালীন সেৱাৰ আপডেটেড প্ৰমাণপত্ৰ থকাৰ নিৰ্দেশনা প্ৰদান কৰিছে। বিজুলী সংক্ৰান্তীয় সুৰক্ষা ব্যৱস্থা যাৱতীয়. ব্যৱস্থা আৰু এইক্ষেত্ৰত মুখ্য […]