Posted inঅসম

অসমত পাম তেলৰ খেতিৰ বাবে পতঞ্জলীৰ সৈতে ৰাজ্য চৰকাৰৰ চুক্তি

গুৱাহাটী: অসম চৰকাৰে Ruchi Soya Industries Limited (বৰ্তমান পতঞ্জলী ফুডছ লিমিটেড হিচাপে পৰিচিত)-ৰ অসমত পাম তেলৰ খেতি আৰু তেলৰ মিলৰ ব্যৱসায়ৰ বাবে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে। উল্লেখযোগ্য যে Ruchi Soya ইণ্ডাষ্ট্ৰিজ লিমিটেড বিগত বহু বছৰ ধৰি মিজোৰাম আৰু অৰুণাচল প্ৰদেশকে ধৰি ভাৰতৰ ৯খন ৰাজ্যত পাম তেলৰ খেতি তথা ব্যৱসায় কৰি আহিছে। জানিব পৰা মতে, অসমৰ […]