গুৱাহাটী : মহানগৰী গুৱাহাটীত ভয়াবহভাৱে বৃদ্ধি পাইছে কিন্নৰৰ সন্ত্ৰাস। এটাৰ পিছত আনটো অপৰাধৰ লগত কিন্নৰ জড়িত থকা দেখিবলৈ পোৱা গৈছে। বিভিন্ন সময়ত কিন্নৰৰ সকলৰ দুটা ফৈদৰ মাজত মাৰপিটৰ ঘটনা দেখিবলৈ পোৱা যায়। কিছুদিন পূৰ্বে গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখে গৈ থকা এগৰাকী মহিলা সাংবাদিকক এগৰাকী কিন্নৰে বেয়া ব্যৱহাৰ কৰা বুলি জানিবলৈ পোৱা গৈছিল। ঘটনা সংক্রান্তত মহিলা […]