Posted inঅসম

পান-আধাৰৰ সংযোগৰ অন্তিম তাৰিখ বৃদ্ধি

জনসাধাৰণৰ সুবিধাৰ্থে পান আৰু আধাৰ সংযোগৰ তাৰিখ বৃদ্ধি কৰা হৈছে। কৰদাতাসকলক সুবিধা কৰি দিয়াৰ বাবে পেন আৰু আধাৰ সংযোগৰ তাৰিখ ৩০ জুন, ২০২৩ লৈ বৃদ্ধি কৰা হৈছে। য’ত জনসাধাৰণে আধাৰ-পান সংযোগৰ বাবে নিৰ্ধাৰিত কৰ্তৃপক্ষক নিজৰ আধাৰৰ প্ৰতিক্ৰিয়াৰ সন্মুখীন নোহোৱাকৈয়ে সংযোগ কৰিব পাৰিব। জানিব পৰা মতে, এই সন্দৰ্ভত পৃথকে পৃথকে জাননী জাৰি কৰা হৈছিল যদিও আয়কৰ […]