Posted inNews

জানক কিদৰে আপোনাৰ Aadhaar কাৰ্ডৰ সৈতে PAN লিংক কৰিব

নিউজ ডেস্ক: আপোনাৰ Aadhaar কাৰ্ড আৰু PAN লিংক কৰা হৈছেনে? যদি কৰা নাই তেন্তে উল্লেখ কৰা পদ্ধতিসমূহ অনুসৰণ কৰি Aadhaar কাৰ্ড আৰু PAN লিংক কৰিব পাৰি – Step 1: আয়কৰ বিভাগৰ ই-ফাইলিং প’ৰ্টেলটোলৈ যাওক http://incometaxindiaefiling.gov.in/ Step 2: বাওঁফালে থকা ‘Link Aadhaar’ স্থানত ক্লিক কৰক। Step 3: PAN নম্বৰ, Aadhar নম্বৰ আৰু ফোন নম্বৰ দাখিল কৰক। […]