Posted inNews

জুৰীয়াৰ গাঁও পঞ্চায়তত মাৰপিট; আহত পঞ্চায়ত সভানেত্ৰীৰ শশুৰ

ৰূপহীহাট: চৰকাৰী আঁচনিৰ কাম বিতৰনক লৈ জুৰীয়াত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পঞ্চায়তৰ উপ সভাপতি আৰু পঞ্চায়ত সভাপতিৰ আত্মীয়ৰ মাজত সংঘটিত হয় মাৰপিটৰ ঘটনা। প্ৰাপ্ত তথ্য মতে, জুৰীয়াৰ মেলেকাধিং গাঁও পঞ্চায়ত কাৰ্য্যালয়ত আজি পঞ্চায়ত সচিব, সভাপতি, ৱাৰ্ড মেম্বাৰ বহি পঞ্চায়তৰ আঁচনিৰ কাম-কাজক লৈ আলোচনাত বহিছিল। আলোচনা চলি থকাৰ সময়তে আঁচনিৰ কাম-কাজক লৈ হঠাৎ পঞ্চায়ত […]