Posted inদেশ-বিদেশ

কৰোনাত আক্ৰান্ত হৈ জনপ্ৰিয় শাস্ত্ৰীয় সংগীতজ্ঞ পণ্ডিত ৰাজন মিশ্ৰৰ দেহাৱসান

নিউজ ডেস্কঃ জনপ্ৰিয় শাস্ত্ৰীয় সংগীতজ্ঞ পণ্ডিত ৰাজন মিশ্ৰৰ দেহাৱসান। কৰোনাত আক্ৰান্ত হৈ দিল্লীৰ গংগাৰাম হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে পণ্ডিত ৰাজন মিশ্ৰয়ে। কৰোনাত আক্ৰান্ত হোৱাৰ উপৰিও ৰাজন মিশ্ৰ হৃদৰোগতো আক্ৰান্ত হৈ আছিল। কৰোনাত আক্ৰান্ত শিল্পী গৰাকী ছেন্ট ষ্টিফেন হস্পিতালত  চিকিৎসাধীন হৈ আছিল পিছত হৃদৰোগৰ সমস্য়া হোৱাত হস্পিতালখনত ভেন্টিলেটৰৰ সুবিধা নোপোৱাত তেওঁক গংগাৰাম হস্পিতাললৈ স্থানান্তৰ কৰা […]