Posted inঅসম

ব্ৰহ্মপুত্ৰ নদীত সন্ধানহীন চাৰি কিশোৰৰ তিনিজনৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটী : দেওবাৰে মহানগৰীৰ পাণ্ডুত ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল চাৰিজনকৈ কিশোৰ। এজন কিশোৰক ৰক্ষা কৰিবলৈ গৈ অন্য তিনিজন কিশোৰ ডুব গৈছিল ব্ৰহ্মপুত্ৰ নদীৰ বুকুত। উদ্ধাৰ অভিযান আৰম্ভ কৰিছে এছডিআৰএফ আৰু এনডিআৰএফ বাহিনীয়ে।তিনিজন কিশোৰৰ মৃতদেহ উদ্ধাৰ কৰিছে। ইতিমধ্যে মৃতদেহ উদ্ধাৰ হোৱা কিশোৰ তিনিজন হৈছে অবিনাশ দাস, জিৎ দাস আৰু দয়াল শ্বেখ। বৰ্তমানেও ব্ৰহ্মপুত্ৰ নদীৰ […]