Posted inNews

উত্তৰাখণ্ড আৰু পঞ্জাৱকে ধৰি ৫ খন ৰাজ্যত ধাৰাসাৰ বৰষুণ: ৪ দিনত ১০০ জন নিহত

নিউজ ডেস্ক- উত্তৰাখণ্ড, দিল্লী, উত্তৰ প্ৰদেশ, পঞ্জাৱ আৰু হাৰিয়ানাত নেৰানেপেৰা বৰষুণ হৈছে। বেয়া বতৰৰ বাবে যোৱা চাৰি দিনত দেশৰ বিভিন্ন ৰাজ্যত ১০০ ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। ৮ জুলাইৰ পৰা হিমাচল প্ৰদেশত ৩৬ জন, উত্তৰ প্ৰদেশত ৩৪ জন, জম্মু-কাশ্মীৰত ১৫ জন, উত্তৰাখণ্ডত ৯ জন, দিল্লীত পাঁচজন আৰু ৰাজস্থান, মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাত এজনকৈ লোকৰ মৃত্যু হৈছে। […]