Posted inইষ্ট ম'জ' বিশেষ

ফিল্ম ইণ্ডাষ্ট্ৰীৰ লগত কেতিয়াৰ পৰা জড়িত হ’ল ‘Celebrity Makeup Artist’ পাংকু হাজৰিকা?

নিউজ ডেস্কঃ পাংকু হাজৰিকা অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ এটা পৰিচিত নাম। অসমীয়া ছবিজগতৰ বহুকেইখন জনপ্ৰিয় চলচ্চিত্ৰত তেওঁ Makeup Artist আৰু Hair stylist হিচাপে কাম কৰিছে। মহানগৰীৰ ৰাজগড়ত তেওঁৰ Panku’s experts বুলি এখন বিউটী চেলুন আছে। ৯০ দশকতে অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীত খোজ পেলোৱা পাংকু হাজৰিকাৰ বৰ্তমান কেনেধৰণৰ struggle চলি আছে।  পাংকু হাজৰিকাৰ সৈতে হোৱা ইষ্টম’জ’ অসমৰ এক সংক্ষিপ্ত সাক্ষাৎকাৰ আপোনালোকলৈ […]