Posted inক্ৰীড়া

Untold: শৈশৱতে পলিঅ’ত আক্ৰান্ত হৈছিল Commonwealth ত স্বৰ্ণ জয়ী সুধীৰ

ভাৰতৰ হৈ তেওঁ ষষ্ঠটো স্বৰ্ণ হাতত তুলি লৈছিল বাৰ্মিংহামৰ সন্মানীয় প’ডিয়ামত। তেওঁ সুধীৰ। পেৰা-ৱেইটলিফ্টাৰ সুধীৰ। বাৰ্মিংহাম কমনৱেলথ গেমছত ভাৰতৰ হৈ ষষ্ঠটো সোণৰ পদক বুটলা পেৰা পাৱাৰ লিফ্টাৰ সুধীৰৰ আছে এক অকথিত অধ্যায়।