Posted inঅসম

স্কাইলেণ্ড ৰিজ’টৰ পেৰাগ্লাইডিং অঘটন; দণ্ডাধীশ পৰ্য্যায়ৰ তদন্তৰ নিৰ্দেশ

নিউজ ডেস্ক : তিনিচুকীয়াৰ গুইজানৰ ডিব্ৰু নদীৰ পাৰত অৱস্থিত স্কাইলেণ্ড ৰিজ’ৰ্টত পেৰাগ্লাইডিং কৰি থকা অৱস্থাত ওপৰৰ পৰা সৰি পৰি এজন যুৱকে প্ৰাণ হেৰুৱাব লগা ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে তিনিচুকীয়াৰ জিলা উপাযুক্তই। বৃহস্পতিবাৰে জিলা উপায়ুক্ত নৰ্সিং পাৱাৰে গোটেই ঘটনাটোৰ এটা দণ্ডাধীশ পৰ্য্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। তদুপৰি পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্য্যন্ত স্কাইলেণ্ড ৰিজ’টৰ সকলো বিলাক কামকাজ বন্ধ […]