Posted inক্ৰীড়া

কেনেকৈ শ্বুটিঙৰ প্ৰতি আগ্ৰহী হ’ল পেৰালিম্পিকত স্বৰ্ণ বিজয়ী অবনী লেখাৰা?

নিউজ ডেস্ক : চলিত টকিঅ’ পেৰালমিম্পিকৰ ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত প্ৰথমটো স্বৰ্ণ কঢ়িয়াই দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে ১৯ বছৰীয়া অবনী লেখাৰাই। উল্লেখযোগ্য যে পেৰালিম্পিকৰ ইতিহাসত স্বৰ্ণ লাভ কৰা অবনী ভাৰতৰ চতুৰ্থ গৰাকী খেলুৱৈ আৰু প্ৰথম গৰাকী মহিলা। আহক দেশৰ নাম উজলাই তোলা এই গৰাকী খেলুৱৈৰ বিষয়ে কেইটানাম কথা জানো- ১. ২০১২ চনত সংঘটিত এক […]