Posted inঅসম

মানৰ দ্বিতীয় আক্ৰমনৰ ইতিহাস বিজড়িত এটি ঘৰ পৰিদৰ্শন বিধায়ক পৰমানন্দ ৰাজবংশীৰ

ছিপাঝাৰঃ ছিপাঝাৰৰ ইতিহাস প্ৰসিদ্ধ এটি ঘৰ পৰিদৰ্শন বিধায়ক পৰমানন্দ ৰাজবংশীৰ। সংৰক্ষণৰ অভাৱত জহি খহি গৈছে ছিপাঝাৰৰ মানৰ দ্বিতীয় আক্ৰমণৰ ইতিহাস বিজড়িত ঘৰটো। ছিপাঝাৰৰ হাজৰিকাপাৰাত থকা ঘৰটো ১৭৮৬ চনতে কলাপানী হাজৰিকা নামৰ লোকজনেখিলঞ্জীয়া মহিলা-বিধৱা সকলক মানৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ সুমোৱাই ৰাখিছিল বুলি জনশ্ৰুতি মতে জনা যায় । লগতে পঢ়কঃপৰম্পৰা ৰক্ষা কৰি গোৰেশ্বৰত বাম্বোলপিটা উৎসৱ উদযাপন […]