Posted inঅসম

আলফাৰ সৈতে সাৰ্বভৌমত্বক লৈ আলোচনাৰ বাবে প্ৰস্তুত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা!

নিউজ ডেস্ক : সাৰ্বভৌমত্বক লৈ আলফাৰ সৈতে আলোচনা কৰিবলৈ প্ৰস্তুত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা! মুখ্য মন্ত্ৰী গৰাকীয়ে কৰা এক মন্তব্যৰ পিছতে ৰাষ্ট্ৰীয় সংবাদ পত্ৰত প্ৰকাশ পাইছে এই বাতৰি। বুধবাৰে মুখ্য মন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত আলফা-চৰকাৰৰ আলোচনা সম্পৰ্কে কেতবোৰ মন্তব্য কৰিছিল। ইয়াৰ পিছতে The Times of India -ত আজি মুখ্য মন্ত্ৰী শৰ্মা আলফা স্বাধীনৰ সৈতে […]